ছিপাঝাৰ সমষ্টিৰ গৰুখুটিত আনুষ্ঠানিকভাৱে আৰম্ভ কৃষি কৰ্ম

WhatsApp Image 2021 07 24 at 5.41.04 PM

ছিপাঝাৰ সমষ্টিৰ গৰুখুটিত আনুষ্ঠানিকভাৱে কৃষি কৰ্ম আৰম্ভ কৰা হয় ।

চৰকাৰী কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাই ট্ৰেক্টৰৰে চহালে মাটি ।

এই কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, জিলা উপায়ুক্ত প্ৰভাতী থাউছেনসহ অন্যান্যসকল ।

Exit mobile version