দিনটোৰ ৰাশিফল

astrology

মেষ :সাহস আৰু দক্ষতা সমভাৱে লাভ কৰিব উপকৃত হ’ল। প্রেমত আনন্দ। মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। কর্মস্থানত আনন্দ।

বৃষ : আর্থিক ব্যয় বৃদ্ধি পাব। পত্নী সুখ। বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যােগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। ব্যৱসায়ত মধ্যম।

মিথুন :বিদ্যাত শুভ ফল। সময়ৰ নাটনি। মধ্যম দিন হলেও কর্মস্থানত ভালেই দেখিব। আর্থিকতত বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংগিলক কৃতকার্য হােৱাৰ সম্ভাৱনা। শৰীৰ মধ্যম।

কর্কট :কর্মস্থানত আয় বৃদ্ধি কাৰক। কর্ম ব্যস্ততা। সহযােগীৰ সহায়ত উৎসাহ পাব। প্রতাৰকৰ বাবে দুশ্চিন্তা থাকিব। নতুন কোনাে উদ্দেশ্যেত সফল হ’ব।

সিংহ : আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। ৰাইজৰ লগত অতিৰিক্ত খৰচ। আচৰিত কথাৰ সম্ভেদ পাব। বিদ্যাত বেয়া বােলা নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক।

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেমপ্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম।

তুলা : উচ্চ বিদ্যাত সাফল্য লাভ। শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। আর্থিক আয়ু বৃদ্ধি পাব। কোনাে প্রিয়
লােকৰ যােগাযােগত আনন্দ।

বৃশ্চিক: ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনােনিবেশ কৰিব।

ধনু : দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্রতি আওকাণ নকৰিব। কর্মত খ্যাতি বুদ্ধিৰ যােগ।

মকৰ:নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হ’ব। কর্মত মজলীয়া প্ৰভাৱ পৰিব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ।

কুম্ভ :নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া-শুনাত শুভ।

মীন : যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ। আর্থিক ব্যয় বৃদ্ধি পাব। কোনাে দূৰ বার্তাত আনন্দ লাভ, বেংক কর্মচাৰীৰ শুভ। কোনাে কাৰণত মন চঞ্চল থাকিব। প্ৰেমত শুভ।

Exit mobile version