তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্য্যসূচী

কেঁচা চাহ পাতৰ মূল্য বৃদ্ধি কৰাৰ লগতে চাহ খেতিয়কে ব্যৱহাৰ কৰা দৰৱ আৰু সাৰৰ মূল্য হ্ৰাস কৰা, জিলাখনত চাহ ফেক্টৰী স্থাপন কৰা আদি দাবীৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

ছাত্ৰ মুক্তিৰ লগতে কৃষক মুক্তিৰ শতাধিক সদস্যই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰে দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ।

Exit mobile version