দিনটোৰ ৰাশিফল

22fdcda0 4a80 11eb bcff eab332f06024

মেষ : কর্মক্ষেত্ৰত আর্থিক লেন-দেনত সাৱধান থাকিব। স্বামী-স্ত্রীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। উচ্চ শিক্ষার্থে বিদেশ যাত্রাৰ সম্ভাৱনা। শুভ ৰং ৰঙা

বৃষ : আয়-উপার্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায় ব্যৱসায়ত মধ্যম উন্নতি। প্রেম প্রণয়ত সুখ বৃদ্ধি পাব। শুভ ৰং গােলপীয়া

মিথুন :চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অর্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্রেমত আন্তৰিকতা। শুভ ৰং নীলা।।

কর্কট : বিবাহৰ যােগাযােগ শুভ। বিদ্যার্থীৰ বাবে শুভ দিন। যানবাহন ক্রয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব। শুভ ৰং সেউজীয়া।

সিংহ : বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্ম লাভ। শুভ ৰং হালধীয়া।

কন্যা :কর্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্ত। আর্থিক আশানুরূপ ফল পাব। শুভ ৰং গােলপীয়া।

তুলা :শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব। নতুন ব্যৱসায় সফলতা লাভ গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব। শুভ ৰং পাতল হালধীয়া।

বৃশ্চিক : ব্যৱসায়ত উন্নতিৰ যােগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্রমণ দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্ৰত শুভ ফল পাব। শুভ ৰং মেৰুণ।

ধনু : আর্থিকত পােৱা কষ্টৰ কিছু হলেও লাঘৱ হ’ব। বিদ্যাত মধ্যম দাম্পত্যত চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰং কমলা।

মকৰ : বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত সুপুৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্রত শুভ ফল পাব। ঘৰুৱা মধ্যম। শুভ ৰন্ধু সেউজীয়া।

কুম্ভ : আর্থিক উন্নতিত বাধা। বিদ্যাত যত্নৰ ক্রটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন। শুভ ৰং হালধীয়া।

মীন : ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্ৰত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্রেমত শুভ। শুভ ৰং ৰঙা ।

Exit mobile version