অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোহাঁইৰ

jpg 1

■ অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শনেৰে বক্সিঙৰ প্ৰিকোৱাৰ্টাৰ ফাইনেলত জয়লাভ অসম জীয়ৰী লাভলিনা বৰগোহাঁইৰ ।
■ জাৰ্মান প্ৰতিদ্বন্দীক ৩-২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনাৰ ।
■ ৬৯ কেজি ৱেল্টাৰ ৱেট শাখাত জাৰ্মানী প্ৰতিদ্বন্দী নাডাইন এপেটছৰ স’তে প্ৰতিদ্বন্দিতা কৰিছিল লাভলিনাই ।
■ ৩০ জুলাইত অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল ।

Exit mobile version