দিনটোৰ ৰাশিফল

Horoscope Today June 03 2021

মেষ : কর্মক্ষেত্ৰত নানা সমস্যা হােৱাৰ সম্ভাৱনা। যাত্রা কৰােতে সতর্ক হােৱা উচিত। ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ। শুভ ৰং হালধীয়া।

বৃষ : ব্যৱসায়ত আশানুরূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা গধূলি ভগৱানৰ নাম ল’ব। যাত্ৰাৰ বাবে দিনটো শুভ৷ নীলা ৰং ব্যৱহাৰ কৰক।

মিথুন : ব্যৱসায়ত লাভবান হ’ব। প্ৰেমত ভুল বুজাবুজি হ’ব পাৰে। যাত্ৰাৰ সুপৰীয়া ১২ বজাৰ পাছত কৰিব। শুভ ৰং বেঙুণীয়া।

কর্কট : আয় অনুপাতে ঋন বৃদ্ধি পাব। কর্মত সফলতা লাভ কৰিব। পুৱাৰ ভাগত যাত্রা কৰিব। সেউজীয়া ৰং শুভ ৰং বিদ্যাত শুভ।

সিংহ :সমাজত হেয় হ’ব পাৰে। আনৰ প্রতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং পাতল গােলপীয়া।

কন্যা :কর্মক্ষেত্ৰত শুভ। পাতল হালধীয়া বা ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব সন্ধিয়া পাঁচ বজাৰ পাছত যাত্রা নকৰিব। প্রেম বাধা আহিব পাৰে। শুভ ৰং ৰঙা।

তুলা : যাত্রা সাৱধানে কৰিব। পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব। শুভ ৰং কমলা।

বৃশ্চিক :অর্থ প্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব। যাত্রা কৰিব পাৰে।শুভ ৰং বগা। সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব।

ধনু :ব্যৱসায়-বাণিজ্য মধ্য গতিত চলিব। যাত্রা পুৱা ১০ বজাৰ পাছত ক’লা ৰং বাহিৰে যিকোনাে ৰং আপােনাৰ বাবে শুভ। প্রেমত সন্দেহ ভাৱ। শুভ ৰং নীলা।

মকৰ: শাৰীৰিক শুভ যদিও পিত্তজনিত ৰােগত ভুগিব পাৰে। হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব। যাত্ৰাৰ বাবে শুভ দিন। প্ৰেমত সফলতা। শুভ ৰং হালধীয়া।

কুম্ভ :অংশীদাৰী ব্যৱসায়ত উন্নতি। যানবাহনৰ দ্বাৰা আঘাত পাব পাৰে গতিকে চাই-চিতি যাত্রা কৰিব। শুভ ৰং গােলপীয়া।

মীন : ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব।শুভ ৰং গােলপীয়া।

Exit mobile version