ৰাজ্যত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত

তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ চৌহদত এক সুৰাৰ বিপণী সদৃশ পৰিৱেশ। বৰডুবি আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাখিনি জব্দ ।

ADVERTISEMENT

বৰডুবি আৰক্ষীৰ ধাৰাবাহিক অভিযানত জব্দ হোৱা প্ৰায় ৫০ হেজাৰ টকা মূল্যৰ অবৈধ বিলাতী সুৰা নষ্ট।

সোমবাৰে বৰডুবি আৰক্ষীয়ে সংবাদ মাধ্যম আৰু গাওঁৰক্ষী বাহিনীৰ উপস্থিতিত জব্দকৃত্ব কৰা অবৈধ বিলাতী সুৰাখিনি নষ্ট কৰে ।

Exit mobile version