দিনটোৰ ৰাশিফল

Horoscope Today June 03 2021 1

মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ প্রতি নজৰ দিয়ক। নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে প্ৰেমত সুখ।

বৃষ : উচ্চ পদস্থ বিষয়াৰ লগত সুসম্পর্ক বজাই ৰাখিব। আয়ৰ ক্ষেত্র অনুকূল পাৰিবাৰিক অশান্তি। বিদ্যাত শুভ।

মিথুন : সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব। ভ্রমণ হ’ব পাৰে। কোনাে সংবাদ সংযােগত চিন্তিত হ’ব। বন্ধুবৰ্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে।

কর্কট : কন্যা-সন্তানক লৈ চিন্তিত হ’ব। ফুৰা-চুকাত সতর্ক হ’ব। উৎসাহজনক খবৰে আনন্দিত কৰিব। প্ৰেমত বাধা।

সিংহ : কর্মসূত্রত ভ্ৰমণৰ যােগ আছে। শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভ আনন্দ। আর্থিক ব্যয় বৃদ্ধি পাব। প্ৰেমত আনন্দ।

কন্যা : আর্থিক অসুবিধা হ’ব পাৰে। বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ’ব। সন্তানৰ সুকুতি দেখা যায়। প্রেমত বাধা।

তুলা : পৰােপকাৰ কৰিব যাওঁত বিপদত পৰাৰ আশংকা বেছি। শৰীৰ মাধ্যম বিবাহ প্রার্থীৰ বিবাহ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুম্ভ।

বৃশ্চিক : কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব। সন্তান সুখ ভ্রমণ সাৱধানতা হােৱা উচিত। উৎকণ্ঠা বাঢ়িব বিদ্যাত মধ্যম।

ধনু : আপােনাৰ কর্মদক্ষতাৰ বাবে আনে প্রশংসা কৰিব। আর্থিকত আয় ব্যয় সমাত। বিদ্যাত শুভ। দাম্পত্যত মতানক্য।

মকৰ : কর্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব পাৰে। ব্যয়ৰ মাত্রা বৃদ্ধি পাব গৱেষকসকলৰ দায়িত্ব বৃদ্ধি পাব। দাম্পত্যত শুভ।

কুম্ভ : নতুন কোনাে পৰিকল্পনা হাতত ল’ব পাৰে। কর্মব্যস্ততা বৃদ্ধি পাব প্ৰেমত প্রতাৰিত হ’ব পাৰে। সন্তানক লৈ চিন্তা।

মীন : আয় বৃদ্ধিৰ বিকল্প চেষ্টা সাফল্য লাভ। ভ্রমণ নকৰকাই ভাল। প্ৰেমত প্রণয়ত শুভ। সৰু-সুৰা অসুখ হ’ব পাৰে।

Exit mobile version