তিনিচুকীয়াৰ পানীতোলাত সান্ধ্যআইনৰ মাজতে কাঠভৰ্তী ট্ৰাক জব্দ

মটক যুৱ-ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আৰু আছুৰ নেতৃত্বত জব্দ কৰে কাঠভৰ্তী ট্ৰাকখন।

ADVERTISEMENT

অৰুণাচলৰ পৰা নলবাৰীলৈ As 23 CC 4944 নম্বৰৰ এখন ১৪ চকীয়া ট্ৰাকত লৈ যোৱা হৈছিল কাঠখিনি।

অভিযোগ অনুসৰি তিনিচুকীয়াৰ ৱাজিদ খান নামৰ এখন কাঠ মাফিয়াই অৰুণাচলৰ খাৰচাঙৰ পৰা তিনিচুকীয়াৰ মাজমজিয়াইদি ভুৱা টিপি ৰে কাঠ সৰবৰাহ কৰি আহিছে।

কাঠভৰ্তী ট্ৰাকখান জব্দ কৰি নিশাই পানীতোলা আৰক্ষী চকীত গতাই দিছে সংগঠনকেইটাই।

Exit mobile version