ক’ভিড আপডেট

WhatsApp Image 2020 06 13 at 3.52.02 PM e1592315731258

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪০,১৩৪ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.৮১ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,১৬,৯৫,৯৫৮ জন ।

● ইতিমধ্যে ৪,২৪,৭৭৩ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৪২২ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৪৬,৯৬,৪৫,৪৯৪ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

●বিগত ২৪ ঘণ্টাত ১৪,২৮,৯৮৪ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৪৭,২২,২৩,৬৩৯ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ১৭,০৬,৫৯৮ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version