ইটালীত চৰকাৰে নির্দেশনা জাৰি কৰি ক’লে যে শিক্ষকসকলে শ্ৰেণীকোঠাত প্রৱেশৰ পূর্বে নিজৰ শাৰীৰিক সুস্থতাৰ প্ৰমাণ দাখিল কৰিব লাগিব। তদুপৰি দেশখনৰ সকলাে লােকৰ ক্ষেত্ৰত ৰেল, বিমান, জাহাজ আৰু ইণ্টাৰচিটি ৰেলত ভ্ৰমণৰ ক্ষেত্ৰত ‘গ্রীণ পাছ’ প্রদর্শন কৰাটো বাধ্যতামূলক কৰাহৈছে। ইটালীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাত পাঠদানৰ পূর্বে কর্তৃপক্ষক ‘হালথ্ পাছ’ প্রদর্শন কৰিব লাগিব।
ইটালীত শিক্ষকৰ বাবে বাধ্যতামূলক হ’ল ‘হেলথ্ পাছ’
-
By publisher
Related Content
সংবাদপত্ৰ-আলোচনীৰ পৃষ্ঠাত খাদ্য পৰিৱেশন কৰাৰ অভ্যাস আছে নেকি, সকীয়নি এফএছএছএআইৰ
By
publisher
December 23, 2024
ইমার্জেন্সী কেনে আছিল !
By
publisher
December 23, 2024
Health benefits of Curry leaf: ঋতুস্ৰাৱ অনিয়মীয়া হৈছে নেকি ? তেনেহলে নৰসিংহৰ পাত খাওক ....
By
publisher
December 23, 2024
Today Print Edition Dainik Agradoot :23 December’24
By
publisher
December 23, 2024
ভ্ৰমণ কৰোতে সাৱধান হওক এইকেইটা ৰাশিৰ লোকে
By
publisher
December 23, 2024
Assam Tea Planters' Association ৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ সমুদ্ৰ প্ৰসাদ বৰুৱাৰ
By
publisher
December 22, 2024