ইটালীত শিক্ষকৰ বাবে বাধ্যতামূলক হ’ল ‘হেলথ্ পাছ’

51144916 303

ইটালীত চৰকাৰে নির্দেশনা জাৰি কৰি ক’লে যে শিক্ষকসকলে শ্ৰেণীকোঠাত প্রৱেশৰ পূর্বে নিজৰ শাৰীৰিক সুস্থতাৰ প্ৰমাণ দাখিল কৰিব লাগিব। তদুপৰি দেশখনৰ সকলাে লােকৰ ক্ষেত্ৰত ৰেল, বিমান, জাহাজ আৰু ইণ্টাৰচিটি ৰেলত ভ্ৰমণৰ ক্ষেত্ৰত ‘গ্রীণ পাছ’ প্রদর্শন কৰাটো বাধ্যতামূলক কৰাহৈছে। ইটালীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে শ্ৰেণীকোঠাত পাঠদানৰ পূর্বে কর্তৃপক্ষক ‘হালথ্ পাছ’ প্রদর্শন কৰিব লাগিব।

Exit mobile version