ছয় অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব ইউ জি চি নেট পৰীক্ষা

989282 cbse

নেচনেল টেষ্টিং এজেন্সীয়ে ইউ জি চি নেট ডিচেম্বৰ ২০২০ পৰীক্ষা আৰু জুন ২০২১ পৰীক্ষাৰ একত্ৰিকৰণ কৰিলে।পূর্বে স্থগিত ৰখা এই দুটা পৰীক্ষা এইবাৰ একেলগে অহা ছয় অক্টোবৰৰ পৰা ১১ অক্টোবলৈকে অনুষ্ঠিত কৰা হ’ব।

ADVERTISEMENT

উল্লেখ্য যে কৰ’নাৰ সংক্ৰমণৰ ফলত ইউ জি চিয়ে দুবাৰকৈ নেট পৰীক্ষা স্থগিত ৰাখিব লগা হৈছিল। আগন্তুক নেট পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীয়ে ১০ আগষ্টৰ পৰা পাঁচ ছেপ্টেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব।

Exit mobile version