জনীয়াত ৭৫ তম স্বাধীনতা দিৱস উদযাপন

Screenshot 70

ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে আজি জনীয়া সমষ্টি ভিত্তিত ৰূপসী মণ্ডল আৰু জনীয়া মণ্ডল বিজেপিৰ দ্বাৰা ধৰ্মপুৰ প্ৰাথমিক বিদ্যালয় খেল পথাৰত দিনজোৰা কাৰ্য্যসুচীৰে ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰে।

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিজেপিৰ যুৱনেতা অধিবক্তা শ্বহিদুল ইছলামে। শ্বহিদুল ইছলামে সমগ্ৰ দেশবাসীক ৭৫ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ভাৰতবৰ্ষক ইংৰাজ শাসনৰ পৰা স্বাধীন কৰাৰ ক্ষেত্ৰত আত্ম বলিদান দিয়া মহান ব্যক্তি সকলক স্মৰন কৰে।

Exit mobile version