আপােনাৰ স্মার্টফোনত এই ন এপ্ আছে যদি কৰক ‘ডিলিট’

Teen ADHD cell use 700x466 compressor

যদিহে আপােনাৰ স্মার্টফোনত নির্দিষ্ট নটা এপ্ আছে তেন্তে আপুনি সুৰক্ষিত নহয়। ইতিমধ্যে গুগল প্লে ষ্ট’ৰে নটা এপ নিষিদ্ধ কৰিলে। এনে এপে আপােনাৰ ছ’চিয়েল মিডিয়াৰ একাউণ্ট যেনে টুইটাৰ, ফেচবুক আদিৰ তথ্য আপােনাৰ অজ্ঞাতে চুৰি কৰিব পাৰে।

তদুপৰি আপােনাৰ বেংক একাউণ্টৰ সবিশেষ তথ্যও এইকেইটা এপে আহৰণ কৰিব পাৰে। আপােনাৰ ম’বাইল ফোনত যদিহে ইতিমধ্যে এনে ক্ষতিকাৰক এপ পূর্বৰে পৰা ইনষ্টল কৰা আছে, তেন্তে এই মুহূর্ততে এনে এ ‘ডিলিট’ কৰক।

ম’বাইল ফোনৰ বাবে অতি ক্ষতিকাৰক বিবেচিত হােৱা নটা এ হৈছে জি জি ভাউচাৰ, ভােট ইউৰােপীয়ান ফুটবল, জি জি কুপন এডছ, এপ্রিকেচন এপ্ ময় ৬, জি কম ডট ফ্রি ভাউচাৰ, চেটফুৱেল, নেট কুপন, কম ডট মভি নেট কুপন ও নেট কুপন আৰু ইউৰ’ ২০২১ অফিচিয়েল।

Exit mobile version