- ৰূপহীহাটৰ বালিকাত সংঘটিত হয় দুৰ্ঘটনাত মৃত্যু APDCLৰ নগাঁও উপ সংমণ্ডলৰ অভিযন্তা দেৱদুলাল শৰ্মাৰ ৷
- দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হয় আন দুজন লোক ৷
- AS 02AE 1800 নম্বৰৰ গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দিওৱাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা ৷
- গাড়ীখনত থকা আহত তিনিজন আৰোহীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও মৃত্যু হয় অভিযন্তা দেৱদুলাল শৰ্মাৰ ৷
নিশা নগাঁও-নলতলি ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা
-
By publisher

Related Content
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
By
publisher
March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
By
publisher
March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
By
publisher
March 11, 2026