মেষ : সাহস আৰু দক্ষতা সমভাৱে লাভ কৰিব উপকৃত হ’ল। প্রেমত আনন্দ। মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। কর্মস্থানত আনন্দ।
বৃষ : আর্থিক ব্যয় বৃদ্ধি পাব। পত্নী সুখ। বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যােগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। ব্যৱসায়ত মধ্যম।
মিথুন :বিদ্যাত শুভ ফল। সময়ৰ নাটনি। মধ্যম দিন হ’লেও কর্মস্থান ভালেই দেখিব। আর্থিকতাে বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংগিলব কৃতকার্য হােৱাৰ সম্ভাৱনা। শৰীৰ মধ্যম।
কর্কট : কর্মস্থানত আয় বৃদ্ধি কাৰক। কর্ম ব্যস্ততা। সহযােগীৰ সহায়ত উৎসাহ পাব। প্রতাৰকৰ বাবে দুশ্চিন্তা থাকিব। নতুন কোনাে উদ্দেশ্যেত সফল।
সিংহঃ আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। ৰাইজৰ লগত অতিৰিক্ত খৰচ। আচৰিত কথাৰ সম্ভেদ পাব। বিদ্যাত বেয়া বােলা নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক।
কন্যা :মজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেমপ্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম।
তুলা :উচ্চ বিদ্যাত সাফল্য লাভ। শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। আর্থিক আয়ু বৃদ্ধি পাব। কোনাে প্রিয় লােকৰ যােগাযােগত আনন্দ।
বৃশ্চিক :ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনােনিবেশ কৰিব।
ধনু : দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব শৰীৰৰ প্ৰতি আওকাণ নকৰিব। কর্মত খ্যাতি বুদ্ধিৰ যােগ।
মকৰ :নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হ’ব। কর্মত মজলীয়া প্ৰভাৱ পৰিব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ।
কুম্ভ: নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসায়- বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া-শুনাত শুভ।
মীন : যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ। আর্থিক ব্যয় বৃদ্ধি পাব। কোনাে দূৰ বার্তাত আনন্দ লাভ, বেংক কর্মচাৰীৰ শুভ। কোনাে কাৰণত মন চঞ্চল থাকিব। প্ৰেমত শুভ।