অসমৰ তিনিটা ব্যক্তিগত প্ৰতিষ্ঠানৰ বিৰুদ্ধে পুনৰ সৰৱ আলফা স্বাধীন

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে তীব্ৰ সকিয়নি প্ৰদান কৰিছে আলফাই

army soldiers

অইল ইণ্ডিয়া লিমিটেডক স্থানীয় লোকক স্থায়ী নিযুক্তিৰ দাবী জনোৱাৰ পিছতো ঠিকাভিত্তিক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ তীব্ৰ ক্ষুভ প্ৰকাশ আলফাৰ ।

ADVERTISEMENT

ইফালে চাবুৱাস্থিত APJ নামৰ চাহ প্ৰতিষ্ঠান আৰু কিছু স্থানীয় লোকে ঐতিহাসিক পল ফিল্ড দখল কৰিব বিছৰা কাৰ্যৰো তীব্ৰ বিৰুধীতা আলফাৰ ‌। অন্যহাতে পানীতোলাত থকা এম কে শ্বাহ চাহ প্ৰতিষ্ঠানৰ বিৰুদ্ধেও সৰৱ আলফা ।

চাহ প্ৰতিষ্ঠানটোৱে ঐতিহাসিক পানীতোলা খেলপথাৰ খান্দি চাহ ৰূপনৰ জো- জা চলোৱা কাৰ্য শীঘ্ৰে বন্ধৰ আহ্বান আলফাৰ।

Exit mobile version