ক’ভিড আপডেট

thequint 2021 04 99f3491c a4c4 4179 b57f 25c6d2cd90c5 thequint fit 2021 04 766f4415 608e 419e a2b3 0d3c39ed34e2 iStock 1254958282

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৩০,৯৪৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ১.৯৫ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,২৪,২৪,২৩৪ জন ।

● ইতিমধ্যে ৪,৩৪,৩৬৭ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ৪০৩ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫০,৬২,৫৬,২৩৯ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৫,৮৫,৬৮১ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৫৮,১৪,৮৯,৩৭৭ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ৫২,২৩,৬১২ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version