দিনটোৰ ৰাশিফল

1604999703blobid0 1

মেষ :অপ্রত্যাশিতভাৱে ধন লাভৰ যােগ আছে। কর্মসূত্রত ভ্রমণ যােগ। বিবাথ প্রার্থীৰ বিবাহৰ যােগ। নতুন উৎসাজনক খবৰে আনন্দিত কৰিব। শুভ ৰং গােলপীয়া।

বৃষ : গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব। সম্পত্তি ক্রয়ােযােগ আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতর্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব। শুভ ৰং নীলা।

মিথুন: বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা। শিল্পীসকলৰ প্রাপ্য সম্মান লাভে আনন্দৰ কাৰকতা। পত্নীৰ লগত মনবিৰােধ। শুভ ৰং সেউজীয়া।

কর্কট :পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্ৰয়ােজনীয় ধনাগম। গৱেষকসকল সাফল্য লাভ। ভ্রমণ কৰিব পাৰে। শুভ ৰং নীলা।

সিংহ: পুৰণা মামলা মােকর্দমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। প্ৰেমত আবেগ। শুভ ৰং সেউজীয়া।

কন্যা : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যােগ। দেহভাৱ বুলি ক’ব পাৰি। হেৰােৱা সম্পত্তি পুনঃ প্রাপ্ত অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। শুভ ৰং হালধীয়া।

তুলা : আর্থিক দিশত অর্থ প্রাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানী সাফল্য উল্লেখযােগ্য। বন্ধুভাৱ দুর্বল। পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা। শুভ ৰং বগা।

বৃশ্চিক : ব্যৱসায়ত লাভৰ কাৰকতা। সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়া লগত শুভ যােগাযােগ বজায় থাকিব। ভ্ৰমণত কষ্ট পাব। শুভ ৰং মাটিয়া।

ধনু : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কর্মত পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্ম-প্রাপ্তিৰ যােগ ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ শুভ ৰং নীলা।

মকৰ: কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আর্থিক ভালেই দেখা যায়। আয়ৰ ক্ষেত্ৰত অনুকূল। বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্রতি নজৰ দিয়ক শুভ ৰং ৰঙা।

কুম্ভ : ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ। শৰীৰ কিছু উন্নত। দুই এটা কামত বাধাৰ কাৰকতা। দিনৰ দুই বজাৰ পৰা কিছু উন্নত। শুভ ৰং পাতল হালধীয়া।

মীন: কর্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোনাে কাৰণে মনটো গধুৰ হ’ব পাৰে। ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধ পাব। শৰীৰ বৰ উন্নত নাথাকিব। শুভ ৰং সেউজীয়া।

Exit mobile version