দিনটোৰ ৰাশিফল

horoscope vector 668141 5

মেষ : চিন্তা-ভাৱনাৰে দিনটো। কর্ম তৎপৰতাৰ থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে। ব্যৱসায়ীসকল কোনাে সম্ভাব্য যােগাযােগৰ বাবে চেষ্টা কৰি চাব পাৰে।

বৃষ : পাৰদৰ্শিতা ব্যক্তি। উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যােগাযােগ ৰক্ষা কৰিব পাৰিব। বিদ্যার্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব।

মিথুন :সৌভাগ্য বৃদ্ধি, কোনাে কাৰণত বৃদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাতাে বেয়া নহ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা।

কর্কট : বুদ্ধিৰ তীব্ৰতা আর্থিকত বাধা কম পাব। কিন্তু কোনােৱে কৰ্মস্থান কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব।

সিংহ :পিতৃ ৰােগ ,মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব। কর্মস্থান সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব।

কন্যা :নতুন আঁচনি যােগ। আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যার্থীৰ কিছু বেমাজালি আহিব পাৰে।

তুলা : প্রাপ্য ধন আদায়, আর্থিক দিশত প্রয়ােজনীয় সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নহ’ব। শত্ৰুৰ পৰা মিত্ৰ যােগাৰ আশা। বিয়া-বাৰুৰ সংযােগ।

বৃশ্চিক :প্রকাশৰ বাধা, নিৰাশ কর্মচিন্তা, ভ্রমণাদিৰ যোেগ থাকিব। কোনাে অপৰাধীৰ কথাত মত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযােগ পাব।

ধনুঃ সৌভাগ্য বৃদ্ধি, অস্থিৰ চিন্তা বাদ দিয়াটো ভাল। চকুৰ আমনি দেখা যায় কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ ফল পাব। দাম্পত্যত সিমান আনন্দ নাথাকিব। বিদ্যাত শুভ।

মকৰ : কর্মত জটিলতা, গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্রাপ্য সুযােগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল। ভ্ৰমণত লাভজনক ফল কম।

কুম্ভ : বৃদ্ধিৰ তীব্রতা, শিল্প কলাত পাৰদৰ্শিতা থাকিব। আর্থিক দিশত খচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কবিতা। দূৰ ভ্ৰমণৰ যােগ।

মীন : জ্ঞান বৃদ্ধি, হাতত লােৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপােনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব। নতুন কোনাে আশা পূৰণ হ’ব।

Exit mobile version