ইউক্ৰেইনৰ বিমান অপহৃত কাবুলত!

ukraine airports

আফগানিস্তানত বিমান অপহৰণ।ইউক্ৰেইনৰ এখন বিমানক অচিনাক্ত লোকে অপহৰণ কৰিছে বুলি জানিবলৈ দিয়ে ৰাছিয়াৰ সংবাদ সংস্থাই।

ADVERTISEMENT

আফগানিস্তানত আবদ্ধ হৈ থকা ইউক্ৰেইনবাসীসকলক উদ্ধাৰ কৰিবৰ বাবে কাবুলত অৱতৰন কৰিছিল ইউক্ৰেনৰ এই বিমানখনে ।

বিমানখনে উৰণ আৰম্ভ কৰাৰ লগে লগে অপহৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

সূত্ৰ অনুসৰি বিমানখনক ইৰাণলৈ লৈ যোৱা হৈছে । ইউক্ৰেইন চৰকাৰে বিমান অপহৰণ কৰাৰ কথা স্বীকাৰ কৰিছে।

Exit mobile version