● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৪৬,৭৫৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● দৈনিক সংক্ৰমণৰ হাৰ ২.৬৬ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,২৬,৪৯,৯৪৭ জন ।
● ইতিমধ্যে ৪,৩৭,৩৭০ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৫০৯ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৫১,৬৮,৮৭,৬০২ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● বিগত ২৪ ঘণ্টাত ১৭,৬১,১১০ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ৬২,২৯,৮৯,১৩৪ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ১,০৩,৩৫,২৯০ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।