ওদালগুৰিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

78ad7a0a ee1c 452e b208 1a653c19cc09

◆ওদালগুৰিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ ।

◆নিশা চহৰখনৰ মাজ মজিয়াত এখন গাড়ী ধোৱা প্ৰতিষ্ঠানত উদ্ধাৰ হয় বনৰৌটো ।

◆ওদালগুৰি সাপ্তাহিক বজাৰৰ সমীপৰ বি.কে কাৰ ৱাস্বত উদ্ধাৰ হয় প্ৰানীটো ।

◆এদল যুৱকে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে বনৰৌটো ।

◆পাছত  বন বিভাগৰ হাতত বনৰৌটো অৰ্পন কৰে

◆বন বিভাগে বৰনদী বনাঞ্চলত মুকলি কৰি দিয়ে উদ্ধাৰ হোৱা বনৰৌটো

Exit mobile version