দিনটোৰ ৰাশিফল

horoscope

মেষঃ আৰ্থিক দিশত বেছি বাধা নাপাব । দৈহিক দিশত বিষ-বেদনা থাকিব । প্ৰেম-প্ৰণয়নত সাৱধান ।

বৃষঃ কৰ্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে, দিনটোত আৰ্থিক সমস্যা থাকিব । বিদ্যাত যত্ন লোৱাটো আৱশ্যক ।

মিথুনঃ শৰীৰ প্ৰায় অনুকূলমুখী । বিদ্যাত যত্নবান হ‌ওক, অযথা কামত সময় নষ্ট নকৰাই ভাল । আৰ্থিক শুভ ফল পাব, ব্যৱসায়ত মধ্যম উন্নতি । সন্তান সম্ভাৱা মহিলাসকল সাৱধান থাকিব ।

কৰ্কটঃ আৰ্থিক ধন হাতলৈ আহিলেও পৰ্যাপ্ত নহ’ব । কৰ্মক্ষেত্ৰত শুভ ফল পাব । শৰীৰ আৰু পৰিৱেশ কিছু প্ৰতিকূল থাকিব ।

সিংহঃ আৰ্থিক বাধা নাপাব, শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে । ব্যৱসায়ত শুভ ফল পাব । বিদ্যাত যত্ন লোৱাটো আৱশ্যক ।

কন্যাঃ দিনটো উন্নত নহ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে । আগন্তুকৰ বাবে ‌দুশ্চিন্তা নকৰাই ভাল । দাম্পত্যত শুভ ।

তুলাঃ একাধিক কথাত মন বিক্ষিপ্ত থাকিব । কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব । প্ৰেমত বাধা ঘৰুৱা শুভ ।

বৃশ্চিকঃ পুৱাৰ ভাগ মনটো উদ্বেগ দেখা যায় । ভ্ৰমণ কৰিব পাৰে । পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক । প্ৰেমত শুভ ।

ধনুঃ ব্যৱসায়ত মধ্যম । শাৰীৰিক দিশত দুৰ্বলতা থাকিব । সন্তানৰ শুভ । প্ৰেমত অস্থিৰতা থাকিব । দাম্পত্যত মধ্যম ।

মকৰঃ কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি ৰাখিব । আৰ্থিক বেয়া নহ’ব । প্ৰেম-প্ৰীতিত আন্তৰিকতা ।

কুম্ভঃ দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব । ব্যৱসায়ত মধ্যম । দাম্পত্যত মতানৈক্য সৃষ্টি । বিদ্যাত শুভ ।

মীনঃ ঘৰুৱা পৰিৱেশ অনুকূল । কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব । শৰীৰ বেয়া নাযাব প্ৰেমত শুভ ।

Exit mobile version