ক্ৰীড়া পেঞ্চন দিৱসৰ দিনা কি ক’লে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই

★আজিৰ দিনটো আমাৰ কাৰণে অতি আনন্দৰ দিন।

★আজিৰ দিনটোতে এগৰাকী ক্ষণজন্মা পুৰুষে অসমী আইৰ বুকুত জন্ম লৈছিল।

★আজিৰ দিনটো ক্ৰীড়া পেঞ্চন দিৱস হিচাপে গণ্য কৰা হৈছে।

★বিভিন্ন শিতানত পদক অৰ্জন কৰা ৯৯ গৰাকী ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হ’ব। পূৰ্বতে ক্ৰীড়া পেঞ্চন আছিল আঠ হেজাৰ টকা আৰু এতিয়াৰে পৰা ১০ হেজাৰ টকাকৈ লাভ কৰিব।

★ ১৫৩ জন খেলুৱৈক প্ৰদান কৰা হ’ব ৫০ হেজাৰকৈ আৰ্থীক সাহাৰ্য।

Exit mobile version