দিনটোৰ ৰাশিফল

1604999703blobid0

মেষ :সামাজিক সুনাম হানি হােৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনাে লােকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্রেমত নতুন প্রস্তাৱ আহিব পাৰে। বিদ্যাত শুভ।

বৃষ :স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব। ঘৰুৱা দিশত ভ্রাতৃৰ লগত মত বিৰােধে দেখা দিব। বিবাহ হ’ব পাৰে। বিদ্যাত শুভ।

মিথুন :আর্থিক ক্ষেত্ৰত বন্ধুৰ পৰা সহায় লাভ হ’ব। আত্মীয়ৰ দুঃসংবাদত মন বেয়া হ’ব পাৰে। মনােবল দাখিল। প্রেমত আনন্দ।

কর্কট : ব্যৱসায়ত পৰিৱৰ্তন আহিব। আয় অনুপাতে ব্যয় বৃদ্ধি পাব। সামাজিক কামত যশ বৃদ্ধি পাব। ঘৰুৱা শুভ। প্ৰেমত জটিলতা।

সিংহ :কোনাে কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে। কর্মত মন চঞ্চল হ’ব। দাম্পত্যত মধ্যম। ভ্রমণ নকৰাই ভাল। বিদ্যাত জটিলতা।

কন্যা :ব্যৱসায়িক দিশত জটিল কোনাে সমস্যাৰ সমাধান সম্মুখীন হ’ব পাৰে। আর্থিক চিন্তা। শৰীৰ ভালেই যাব। বিদ্যাত মনােযােগ দিয়ক।

তুলা :অংশীদাৰী বম্ভৱসায়ত লাভৱান হ’ব। প্ৰেমত নতুন যােগাযােগে আনন্দ দিব। ঘৰুৱা দুশ্চিন্তা বৃত্তি পাব। শৰীৰৰ প্রতি যত্ন ল’ব। বিদ্যাত

বৃশ্চিক :আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব। ঘৰুৱাত মতবিৰােধ দেখা যায়। প্রেমত সফলতা।

ধনু : ব্যৱসায় বাণিজ্যিক ক্ষেত্ৰত নতুন যােগাযােগ। মাটিবাৰীৰ পুৰণি সমস্যাৰ সমাধান হ’ব। দাম্পত্যত জটিলতা। প্ৰেমত শুভ।

মকৰ : ব্যৱসায়িক দিশত আর্থিক সমস্যাত পৰিব। কর্মক্ষেত্ৰত মানসিক অশান্তি বৃদ্ধি পাব। সন্তানৰ বাবে শুভ। প্ৰেমত বুজাবুজি।

কুম্ভ :আর্থিক দিশত জটিলতা নাই। আয় বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰােগত দেহ কষ্ট পাব। প্রেমত মধ্যম।

মীন : যানবাহনৰ ব্যৱসায় কৰাসকলৰ অর্থলাভৰ যােগ। পাৰিবাৰিক শুভ। প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব।

Exit mobile version