৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

■৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন ।

■উপস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ,ক্ৰীড়া মন্ত্ৰী বিমল বৰা, অৰ্জুন জয়ন্ত তালুকদাৰ।

■সঞ্জয় বড়ো, যমুনা বড়োক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব।

■১২কোটি টকা সাপেক্ষে ১০খন জিলাত ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণৰ সংকল্প।

■চান্দমাৰীৰ উৰণীয়া সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ চাইকেল ৰেলী।

Exit mobile version