দিনটোৰ ৰাশিফল

Horoscope 5 0

মেষঃ কর্মক্ষেত্ৰত আর্থিক উন্নতিৰ কাৰণে নতুন যােগাযােগ। অংশীদাৰী ব্যৱসায়ত ব্যস্ততা বৃদ্ধি পাব। বিদ্যাত জটিলতা। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া।

বৃষ : কর্মত স্থায়ী সিদ্ধান্ত ল’ব পাৰিব। নিবনুৱাৰ কৰ্ম লাভৰ যােগ। ব্যৱসায়ত পৰিকল্পিত অগ্ৰসৰত কিছু বাধা। বিদ্যাত শুভ। শুভ ৰং

মিথুন : গৱেষণা মূলক কামত প্রতিভাৰ বিকাশ ঘটিব। সন্তানৰ কৰ্ম তৎপৰতাই আপােনাক আনন্দিত কৰিব। নতুন প্রতিষ্ঠিত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো শুভ। প্ৰেমত আনন্দ। শুভ ৰং হালধীয়া।

কর্কট : ভাই-ভনীৰ থকা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্ৰেমত ‘সতর্ক হওক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভ ৰং গােলপীয়া।

সিংহ : উচ্চ পদস্থ কর্মচাৰীসকলৰ বাবে অনুকূল সময়। আর্থিক দিশত আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধি পাব। প্রতিযােগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যােগ। শুভ ৰং বগা।

কন্যা : আয় বৃদ্ধিৰ যােগ। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। খুৰা ৰােগত দেহ কষ্ট পাব। প্ৰেমত মধ্যম। শুভ ৰং সেউজীয়া।

তুলা : চাকৰিত পদোন্নতিৰ সম্ভাৱনা। নতুন কোনাে উদ্যোগ বা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত বিনিয়ােগ কৰিব পাৰে। প্ৰেমত প্রতাৰিত হ’ব। শুভ ৰং ৰঙা।

বৃশ্চিক : কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে। আর্থিক উন্নতিত গুৰু স্থানীয় ব্যক্তিৰ সহায় পাব। চাকৰিয়ালৰ শুভ। প্ৰেমত বিবাহৰ যােগাযােগ। শুভ ৰং ৰঙা.

ধনু: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধিৰ পাব। প্ৰেমত উৎসাহ। শুভ ৰং সেউজীয়া।

মকৰ: স্বাস্থ্য ক্ষেত্ৰত সামান্য দুঃশ্চিন্তা। কর্মক্ষেত্ৰত অধিক ব্যস্ততা বাঢ়িব। পাৰিবাৰিক দিশত অশান্তি বিদ্যাত শুভ। শুভ ৰং হালধীয়া।

কুম্ভ : কর্মক্ষেত্ৰত কিছু অগ্রগতি তথা পদোন্নতি। ব্যৱসায়ত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা। আকস্মিক দুর্যোগ দুৰ্ঘটনাৰ দ্বাৰা অমঙ্গল সুচিত হ’ব পাৰে। শুভ ৰং সােণালী।

মীন: নতুন কর্মপ্রেৰণা পাব। যৌথ ব্যৱসায়ত আর্থিক লেন-দেনৰ ক্ষেত্রত শুভ প্ৰভাৱ পৰিব। স্বামী-স্ত্রীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে। শুভ ৰং গেৰুৱা।

Exit mobile version