বিনিয়োগৰ পৰিকল্পনা কৰিছে যদি স্বৰ্ণ মুদ্ৰা হ’ব পাৰে লাভজনক বিকল্প

shutterstock 404908750

ডাকঘৰৰ দ্বাৰা বর্তমান সময়ত বিভিন্ন ধৰণৰ বিত্তীয় আঁচনি পৰিচালনা কৰা হয়। সকলাে বয়সৰ বিনিয়ােগকাৰীৰ কথা মনত ৰাখি বিভিন্ন আঁচনি সময়ে সময়ে মুকলি কৰি থাকে ডাক বিভাগে।

ডাকঘৰত খুলিব পৰা এক বিশেষ আঁচনি আছে যত মাত্র পাঁচ বছৰৰ ভিতৰতে ১৪ লাখ টকাৰ পুঁজি জমা কৰিব পৰা যায়। অৱশ্যে এই বিশেষ আঁচনিখনৰ সুবিধা কেৱল বিনিয়ােগৰ ক্ষেত্ৰখনত খােজ দিওঁতে আমাৰ সকলােৰে মনত অনবৰতে এটা চিন্তায়ে ক্রিয়া কৰি থাকে। সেইটো হ’ল ফলাফল।

ব্যক্তি বিশেষে বিনিয়ােগৰ অংকটো কম বেছি হ’ব পাৰে। কিন্তু আমি সকলােৱে বিচাৰাে, যিমানেই কম বা বেছি পুঁজি বিনিয়ােগ নকৰাে কিয়, আমাৰ বিনিয়ােগ যাতে সার্থক হয়। বিনিয়ােগৰ সফলতাৰ নিশ্চিতিৰ বাবেই বহুতে সর্বাধিক গেৰান্টি দিব পৰা বিনিয়ােগৰ উৎস হিচাপে বেংক তথা ৰিয়েল ইষ্টেটৰ ওপৰতে নিৰ্ভৰ কৰে।

একেদৰে একাংশ চতুৰ বিনিয়ােগকাৰীয়ে সােণৰ মুদ্ৰাৰ নামতে সমস্ত বিনিয়ােগ কৰা দেখা যায়। সচৰাচৰ আমি সকলােৱে কম-বেছি পৰিমাণে সােণৰ গহনা পাতি ক্রয় কৰি ভৱিষ্যতৰ বাবে সাঁচি থওঁ আৰু বিনিয়ােগৰ উত্তম মাধ্যম বুলি বিবেচনা কৰাে যদিও সােণৰ মুদ্ৰাৰ নামত বিনিয়ােগৰ প্রচলন সর্বসাধাৰণৰ মাজত এতিয়াও বহুল প্রচলিত উপায় নহয়।

কিয়নাে সােণৰ মুদ্ৰাত বিনিয়ােগ কৰিলে লাভ যেনেকৈ আছে, আছে কেতবােৰ অসুবিধাও। বিত্তীয় পৰামৰ্শদাতাসকলৰ মতে, বিনিয়ােগৰ ক্ষেত্ৰখনৰ বিষয়ে প্রবীণ নাগৰিকসকলৰ বাবেহে উপলব্ধ। ডাকঘৰৰ এই জ্যেষ্ঠ নাগৰিক আঁচনিৰ জৰিয়তে কেনেদৰেনাে ১৪ লাখ টকাৰ পুঁজি জমা কৰিব পাৰি জানাে আহকচোন—

এই একাউন্ট কোনে খুলিব পাৰে ?

জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ অধীনত একাউন্ট খুলিবলৈ আপােনাৰ বয়স ৬০ বছৰ বা সম্যক ধাৰণা থকা যিকোনাে ব্যক্তিয়ে অলপ জানি বুজি ল’লেই সােণৰ মুদ্ৰা হ’ব পাৰে বিনিয়ােগৰ উত্তম উৎস। এই ধৰণৰ বিনিয়ােগত কি কি সুবিধা বা অসুবিধা আছে আহকচোন সেই বিষয়ে জানাে

সুবিধা :

সােণৰ মুদ্রা ক্রয় কৰােতে আটাইতকৈ সুবিধাজনক দিশটো হ’ল, এই মুদ্রা কিনিলে মুদ্রাস্ফীতিৰ বঢ়া টুটাক লৈ চিন্তা কৰাৰ কোনাে প্রয়ােজন নাথাকে। তদুপৰি ইয়াৰ বাবদ চৰকাৰক দিব নালাগে সম্পত্তি কৰাে। দেশৰ খুব ডাঙৰ কোনাে আর্থিক বিপর্যয় হ’লে আপােনাৰ হাতত থকা সােণৰ মুদ্রাসমূহকো আপােনাৰ আর্থিক সম্পত্তি বুলিয়েই বিবেচনা কৰা হ’ব। কিন্তু তেনে পৰিস্থিতিতাে আপুনি সম্পত্তি কৰৰ নামত এটকাও ভৰিব লগা নহ’ব। আচৰিত যেন লাগিলেও এই ধৰণৰ ঘটনা

ইতিমধ্যে বহু দেশত ঘটা পৰিলক্ষিত হৈছে। বাস্তৱত দেখা গৈছে, যি সময়ত দেশৰ দুর্যোগপূর্ণ পৰিস্থিতিত বিনিয়ােগৰ ক্ষেত্ৰখনলৈ পুঁজিৰ প্রবাহ কমিবলৈ ধৰে বা বজাৰত খহনীয়াৰ কোপ পৰে, তেনে সময়ত সােণৰ দাম দোপদোপে ওপৰলৈ উঠিব ধৰে। সেয়ে স্বাভাৱিকতে যিকোনাে পৰিস্থিতিতে সােণৰ মুদ্ৰাত বিনিয়ােগ কৰাসকলৰ বাবে আন বিনিয়ােগকাৰীৰ তুলনাত ঘাটিৰ আশংকা কম।

অসুবিধা :

এই ধৰণৰ বিনিয়ােগত অসুবিধাও আছে প্রচুৰ। মূল অসুবিধাটো হ’ল সুৰক্ষাৰ বিষয়টো। বণ্ড বা ষ্টকৰ দৰে কোনাে ডিভিডেন্ট বা লভ্যাংশ পােৱাৰ বাট নাথাকে সােণৰ মুদ্ৰাৰ পৰা। বহু সময়ত দাম বাঢ়িব বাঢ়িব বুলি বেছি লাভ পােৱাৰ আশাত বিক্ৰীৰ বাবে দীর্ঘকাল অপেক্ষা কৰিবলগীয়া হয় বিনিয়ােগকাৰীয়ে।

সাৱধানতা :

সােণৰ মুদ্ৰা পৰাপক্ষত খুব বিশ্বস্ত ডীলাৰৰ পৰাহে কিনা উচিত। সাধাৰণতে সােণৰ মুদ্রা এটা ক্রয় কৰােতে গ্রাহকে এটা প্রিমিয়াম আদায় দিব লাগে। এইটো দৰাচলতে ডীলাৰৰ লভ্যাংশ। মুদ্রাটোত যাতে আঙুলিৰ চাপ বা আঁচোৰ পৰি নাযায় সেই বিষয়ত গুৰুত্ব দিয়াটো জৰুৰী। আর্থিক বিশেষজ্ঞসকলৰ মতে, মুঠ সঞ্চয়ৰ অন্তত ৫-১০ শতাংশ পর্যন্ত সােণৰ মুদ্ৰাৰ নামত বিনিয়ােগ কৰিব পৰা যায়।

Exit mobile version