ক’ভিড আপডেট

7aa06005 4e3c 49d5 a9c5 965a7c6adbf9 covid08

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৩১,২২২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

● দৈনিক সংক্ৰমণৰ হাৰ ২.০৫ শতাংশ ।

● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৩০,৫৮,৮৪৩ জন ।

● ইতিমধ্যে ৪,৪১,০৪২ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

● বিগত ২৪ ঘণ্টাত ২৯০ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।

● ইতিমধ্যে ৫৩,৩১,৮৯,৩৪৮ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● বিগত ২৪ ঘণ্টাত ১৫,২৬,০৫৬ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।

● ভাৰতৰ ৬৯,৯০,৬২,৭৭৬ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।

● বিগত ২৪ ঘণ্টাত ১,১৩,৫৩,৫৭১ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

Exit mobile version