দিনটোৰ ৰাশিফল

Horoscope 4 0 1

মেষ :সামাজিক সুনাম হানি হােৱাৰ আশংকা ।ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনাে লােকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্রস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা।

বৃষ :স্বাধীন ব্যৱসায়ত সফলতাৰ লাভ কৰিব। ঘৰুৱা দিশত ভ্রাতৃৰ লগত মতবিৰােধে দেখা দিব। বিবাহ হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং পাতল নীলা।

মিথুন :আর্থিক ক্ষেত্ৰত বন্ধুৰ পৰা সহায় লাভ হ’ব। আত্মীয়ৰ দুঃসংবাদত মন বেয়া হ’ব পাৰে। মনােবল ৰাখিব। প্রেমত আনন্দ। শুভ ৰং ৰঙা।

কর্কট : ব্যৱসায়ত পৰিৱৰ্তন আহিব। আয় অনুপাতে ব্যয় বৃদ্ধি পাব সামাজিক কামত যশ বৃদ্ধি পাব। ঘৰুৱা শুভ। প্ৰেমত জটিলতা। শুভ ৰং সেউজীয়া।

সিংহ : কোনাে কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে। কর্মত মন চঞ্চল হ’ব। দাম্পত্যত মধ্যম। ভ্রমণ নকৰাই ভাল। বিদ্যাত জটিলতা। শুভ ৰং বেঙুণীয়া।

কন্যা : ব্যৱসায়িক দিশত জটিল কোনাে সমস্যাৰ সন্মুখীন হ’ব পাৰে আর্থিক চিন্তা। শৰীৰ ভালেই যাব। বিদ্যাত মনােযােগ দিয়ক। শুভ ৰং বগা।

তুলা : অংশীদাৰী ব্যৱসায়ত লাভৱান হ’ব। প্ৰেমত নতুন যােগাযােগে আনন্দ দিব। ঘৰুৱা দুশ্চিন্তা বৃদ্ধি পাব। শৰীৰৰ প্রতি যত্ন ল’ব। বিদ্যাত শুভ। শুভ ৰং ৰঙা।

বৃশ্চিক :আর্থিক খৰচৰ মাত্রা বৃদ্ধি পাব। অৱসৰপ্ৰাপ্ত চাকৰিয়ালসকলে নতুন কামৰ সন্ধান পাব। ঘৰুৱাত মতবিৰােধ দেখা যায়। প্রেমত সফলতা শুভ ৰং হালধীয়া।

ধনু : ব্যৱসায় বাণিজ্যিক ক্ষেত্ৰত নতুন যােগাযােগ। মাটি-বাৰীৰ পুৰণা সমস্যাৰ সমাধান হ’ব। দাম্পত্যত জটিলতা। প্ৰেমত শুভ। শুভ ৰং বগা।

মকৰ :ব্যৱসায়িক দিশত আর্থিক সমস্যাত পৰিব। কর্মক্ষেত্ৰত মানসিক অশান্তি বৃদ্ধি পাব। সন্তানৰ বাবে শুভ। প্ৰেমত বুজাবুজি। শুভ ৰং ৰঙা।

কুম্ভ: আর্থিক দিশত জটিলতা নাই। আয় বৃদ্ধিৰ কাৰকতা। বিদ্যাৰ ক্ষেত্ৰত যশ বৃদ্ধিৰ কাৰক। সৰু-সুৰা ৰােগত দেহ কষ্ট পাব। প্ৰেমত মধ্যম। শুভ ৰং বগা

মীন:যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অর্থলাভৰ যােগ। পাৰিবাৰিক শুভ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা।

Exit mobile version