● নিমাতীঘাটত ফেৰী দুৰ্ঘটনা
● দুখন ফেৰীৰ মাজত সংঘৰ্ষ
● সংঘৰ্ষৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল ‘মা কমলা’ নামৰ ফেৰীখন
● নিমাতীঘাটৰ পৰা মাজুলীলৈ গৈ আছিল ‘মা কমলা’
● ফেৰীখনত মুঠ ১১৫জন যাত্ৰী আছিল
● এই পৰ্যন্ত যাত্ৰীসকল সন্ধানহীন
● ইতিমধ্যে ৩০ৰ পৰা ৩৫ জন যাত্ৰী উদ্ধাৰ
● এছডিআৰএফ-এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল ‘মা কমলা’ ফেৰী
-
By publisher
- Categories: Assam, India, News
- Tags: Maa KamolaNDRFNimati GhatSDRF
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026