দক্ষিণ কোৰিয়াই প্ৰথমবাৰ ছাবমেৰিনৰে নিক্ষেপ কৰিলে ক্ষেপণাস্ত্ৰ

1200px USS George Washington SSBN 598 underway at sea circa in the 1970s

প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াই অত্যাধুনিক ‘কিলাৰ’ ছাবমেৰিনৰে সমুদ্ৰৰ তলত ক্ষেপণাস্ত্ৰৰ আক্ৰমণ সম্পন্ন কৰিলে ।

অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এইখন এফ এল বি এম ক্ষমতাসমৃদ্ধ ছাবমেৰিনে কে’বাদিনলৈ শত্ৰুৰ চকুত ধূলি দি সমুদ্ৰত আত্মগোপন কৰি থাকিব পাৰিব ।

দক্ষিণ কোৰিয়াই এইদৰে ছাবমেৰিনৰে সফলতাৰে ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰাৰ ঘটনাত স্বাভাবিকতে উত্তৰ কোৰিয়াৰ উদ্বেগ বৃদ্ধি পালে ।

Exit mobile version