দিনটোৰ ৰাশিফল

Horoscope Today 17 June

মেষ : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপােনাৰ উপস্থিত বুদ্ধি দ্বাৰা আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সমভাৱে লাভ কৰিব উপকৃত হ’ল। কর্মস্থানত আনন্দ। প্রেমত আনন্দ।

বৃষ : বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যােগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। আর্থিক ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম।

মিথুন : মধ্যম দিন হলেও কর্মস্থানত ভালেই দেখিব। আর্থিকতাে বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংগিলক কৃতকার্য হােৱাৰ সম্ভাৱনা।

কর্কট :সহযােগীৰ সহায়ত উৎসাহ পাব। প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব। কর্মস্থানত আয় বৃদ্ধি কাৰক। নতুন কোনাে উদ্দেশ্যেত সফল হ’ব। প্রেম নিৰাশা।

সিংহ : আচৰিত কথাৰ সম্ভেদ পাব। আর্থিকতাে কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া বােলা নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক ঘৰুৱা শুভ।

কন্যা: মজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেমপ্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম।

তুলা : শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থি, আয়ু বৃদ্ধি পাব কোনাে প্রিয় লােকৰ যােগাযােগত আনন্দ।

বৃশ্চিক : ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনােনিবেশ কৰিব।

ধনু : দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্ৰতি আওকাণ নকৰিব। কৰ্মত খ্যাতি বুদ্ধিৰ যােগ। পিতৃৰ পৰা সহানুভূতি লাভ কৰিব।

মকৰ: কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্রমণ দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যােগ।

কুম্ভ : নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসায়- বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়।

মীন :যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ। আর্থিক ব্যয় বৃদ্ধি পাব। কোনাে দূৰ বার্তাত আনন্দ লাভ, বেংক কর্মচাৰীৰ শুভ।

Exit mobile version