নতুনকৈ স্থাপন বশিষ্ঠৰ শ্মশান : উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

● কে’বাটাও নতুন কাম হাতত লোৱা হৈছে বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ।
● প্রাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ উদ্যোগত নতুনকৈ স্থাপন কৰা হৈছে বশিষ্ঠৰ শ্মশান ।
● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শ্মশান উদ্বোধন কৰে ।
● বশিষ্ঠ মন্দিৰৰ লগত লাগি থকা সভাগৃহটোৰ লগতে নতুনকৈ নিৰ্মাণ কৰা সভা গৃহটোও আজি উদ্বোধন কৰা হয় ।
● বশিষ্ঠ নদীৰ ওপৰত এখন দলং আৰু পাৰ্কিং স্থান বনুৱাৰো পৰিকল্পনা ।
● কাৰো জীৱিকাত আঘাত নকৰাকৈ দোকানসমূহ সু-শৃংখলকৈ বনাবলৈ মাষ্টাৰ প্লেন তৈয়াৰ কৰিব ।
● আগৰ অতিথিশালা ভাঙি নতুনকৈ নিৰ্মাণ কৰা হ’ব ।
● কম দিনৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হ’ব ।
● সঞ্জীৱ নাৰায়ণে নিৰ্মাণ কৰি উলিওৱা পার্ক আৰু পুখুৰীও উদ্বোধন কৰে আজি ।

Exit mobile version