দিনটোৰ ৰাশিফল

feb daily horoscope main 3 1

মেষ :চিন্তা-ভাৱনাৰে দিনটো। কর্ম তৎপৰতাৰ থাকিব। কিন্তু শৰীৰ ভালে নাযাব পাৰে। ব্যৱসায়ীসকল কোনাে সম্ভাব্ যােগাযােগৰ বাবে চেষ্টা কৰি চাব পাৰে।

বৃষ : পাৰদৰ্শিতা ব্যক্তি। উদ্বেগৰ মাজেৰে আপুনি কৰ্ম আৰু যােগাযােগ ৰক্ষা কৰিব পাৰিব। বিদ্যার্থীৰ বাবে শুভাশুভ। কর্মসমন্ধীয় কামত কষ্টেৰে প্ৰগতি কৰিব।

মিথুন: সৌভাগ্য বৃদ্ধি, কোনাে কাৰণত বৃদ্ধিদীপ্ত চুক্তি সম্পাদন কৰি উপকৃত হ’ব। বিদ্যাতাে বেয়া নহ’ব। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধিৰ কাৰকতা।

কর্কট : বুদ্ধিৰ তীৰতা আর্থিকত বাধা কম পাব। কিন্তু কোনােৱে কর্মস্থানত কেইটিমান দিশত চিন্তিত হ’ব পাৰে। বিদ্যাত শুভাশুভ ফল পাব।

সিংহ: পিতৃ ৰােগ মাজে মাজে গভীৰ চিন্তাই জুমুৰি দি ধৰিব। কর্মস্থানত সচ্ছলতা নাথাকিব। শৰীৰ মধ্যম। দাম্পত্যত মজলীয়া প্ৰভাৱ পৰিব।

কন্যা : নতুন আঁচনি যােগ। আর্থিক দিশত ধনাত্মক হ’ব পাৰে। কর্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত শুভ ফল পাব। বিদ্যার্থী কিছু বেমাজালি আহিব পাৰে।

তুলা : প্রাপ্য ধন আদায়, আর্থিক দিশত প্রয়ােজনীয় সম্পদাদিৰ বাবে খৰচৰ বাট ওলাব। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ শুভ নুহ’ব। শত্ৰুৰ পৰা মিত্র যােগাৰ আশা। বিয়া-বাৰুৰ সংযােগ।

বৃশ্চিক : প্রকাশৰ বাধা, নিৰাশ কর্মচিন্তা, ভ্রমণাদিৰ যােগ থাকিব। কোনাে অপৰাধীৰ কথাত মত অস্থিৰতা থাকিব। ব্যৱসায়ত প্রাপ্য ধন আদায়ৰ সুযােগ পাব।

ধনু: সৌভাগ্য বৃদ্ধি, অস্থিৰ চিন্তা বাদ দিয়াটো ভাল। চকুৰ আমনি দেখা যায়। কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ ফল পাব। দাম্পত্যত সিমান। আনন্দ নাথাকিব। বিদ্যাত শুভ।

মকৰ :কৰ্মত জটিলতা, গতানুগতিক পৰিৱেশ বিৰাজ কৰিব। প্রাপ্য সুযােগ ব্যৱহাৰ কৰাত সাৱধান থকাটো ভাল। ভ্ৰমণত লাভজনক ফল

কুম্ভ : বৃদ্ধিৰ তীব্রতা, শিল্প কলাত পাৰদৰ্শিতা থাকিব। আর্থিক দিশত খৰচৰ পথ মুক্ত থাকিব। অংশীদাৰী ব্যৱসায়ত লাভৰ কবিতা। দূৰ ভ্ৰমণৰ বােগ।

মীন : জ্ঞান বৃদ্ধি, হাতত লােৱা কাৰ্যসূচীৰ সুস্থ সমাধান পাব। সুচিন্তা আৰু আপােনাৰ ভদ্ৰতাৰ বাবে অনুকূলতাৰ প্ৰভাৱ পেলাব। নতুন কোনাে আশা পূৰণ হ’ব।

Exit mobile version