● পাণ ভালদৰে পিচি লৈ কপালত কিছু সময় ৰাখিলে মূৰৰ বিষৰ উপশম ঘটে ।
● পাণৰ ৰসে পাকস্থলীৰ পি এইছ লেভেল সঠিক কৰি ৰাখে বাবে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।
● পাণ চোবোৱাৰ লগে লগে লেলাউটি নিঃসৃত হ’বলৈ ধৰে । ইয়াতেই খাদ্যৰ এনজাইম ভাঙি যোৱাৰ ফলত হজম শক্তি বৃদ্ধি পায় ।
● শৰীৰৰ বৰ্জ্য বাহিৰলৈ উলিয়াই দিয়াত পাণৰ ৰসে সহায় কৰে ।
● পাণে এণ্টিচেপ্টিকৰ ভূমিকাও গ্ৰহণ কৰে ।
● লং, ইলাচীৰ স’তে পাণ খালে কফৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।
পাণ পাতৰো আছে ৰোগ প্ৰতিৰোধী ক্ষমতা
