অসম বধিৰ সন্থাৰ অভিযোগ : ১২ লাখ বধিৰক অৱহেলা ৰাজ্য চৰকাৰৰ

WhatsApp Image 2021 09 23 at 6.15.55 PM

● বধিৰ বিদ্যালয়ৰ বিভিন্ন পদত অবধিৰক নিযুক্তি চৰকাৰৰ
● সাত মাহৰ পাছতো চৰকাৰে ঘোষণা নকৰিলে ৫৫১ টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল
● বধিৰ বাবেই চৰকাৰ তথা সমাজৰ দ্বাৰা আমি অৱহেলিত
● কাহিলিপাৰা আৰু যোৰহাট বধিৰ বিদ্যালয়ত বধিৰৰ পৰিৱৰ্তে অবধিৰ শিক্ষক-কৰ্মচাৰী নিযুক্তি চৰকাৰৰ
● গুৱাহাটী প্ৰেছ ক্লাৱত বধিৰ সন্থাৰ উদ্যোগত We sign for Human Rights শীৰ্ষক কার্যসূচী ৰূপায়ন ।

Exit mobile version