তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী

গোগামুখত অসম জাতীয়তাবাদী যু্ৱ-ছাত্ৰ পৰিষদৰ গণতান্ত্ৰিক আন্দোলন অন্যায়ভাৱে দমন কৰা আৰু নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাব্যস্ত কৰা উক্ত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰদান কৰে এখন স্মাৰকপত্ৰ ৷

Exit mobile version