দিনটোৰ ৰাশিফল

weekly horoscope 2021 july week 11 17 july

মেষ : মনৰ স্থিৰ ৰখাৰ দৰকাৰ হ’ব। অনাহক হলেও মনবিৰােধী কথাত খং উঠিব পাৰে। ভবামতে কামত আগ্ৰসৰ হ’ব। শুভ বর্ণ মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰিব।

বৃষ :চোৰৰ পৰা সাৱধানে থাকক। মুক্তভাবে ধন নাৰাখিব। বিদ্যাত মধ্যম মন চঞ্চল থাকিব। শুভ বর্ণ গাঢ় নীলা। এই ৰঙৰ ব্যৱহাৰে আপােনাৰ সফলতা আনিব।

মিথুন :ভ্রমণাদি পৰাপক্ষত স্থগিত ৰাখক। শাৰীৰিক প্ৰতিও নজৰ ৰাখিব লাগিব। আত্মীয়ক লৈ উদ্বেগৰ কাৰক। শুভ বর্ণ চকলেট ৰং। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব।

কর্কট : মজলীয়া দিন। অৱশ্যে তাৰ মাজতে দুই-এটা যােগাযােগত আনন্দিত হ’ব। আজি আপােনাৰ শুভ বর্ণ হালধীয়া। হালধীয়া ৰং ব্যৱহাৰ কৰিব।

সিংহ : আনৰ কথাত উঠা-বহা কৰা সকল সাৱধান থাকক। আজি আপুনি ৰাতিপুৱা বেলগছত পানী ঢালিব। শুভ বর্ণ সেউজীয়া।

কন্যা : বিষয় সম্পত্তিৰ লগত লাগি থকা সকল উপকৃত হ’ব। কিছুমান পাৰিৱেশিক বাধাৰ বাবে দৃঢ় পদক্ষেপ লােৱাটো টান হ’ব। শুভ বর্ণ বগা। বগা ৰং ব্যৱহাৰ কৰিব।

তুলা : দূৰ যাত্ৰাদিত বাধা থাকিব। অনাহক কথা বুলি নজনাৰ বাবে নজনাৰ বাবে মতান্তৰৰ সােমাই পৰিব। নতুন সংযােগ আছে। আপুনি আজি কমলা ৰং ব্যৱহাৰ কৰিব।

বৃশ্চিক :আনন্দিত সংবাদ বুলি জানিও নিশ্চিত নহ’ব। শৰীৰ সম্পর্কে সচেতন ব্যক্তিৰ চিন্তা কম। আপুনি আজি ৰঙা ৰং ব্যৱহাৰ কৰিব।

ধনু :অভাৱনীয় কথাত খৰচৰ পথ ওলাব। নকৰাে বুলি বা নিদিও বুলি ভবা কথাকো ৰাখিব নােৱাৰিব। আপােনাৰ শুভ বর্ণ পাতল সেউজীয়া। সেউজীয়া ৰং ব্যৱহাৰ কৰিব।

মকৰ :কথা ব্যৱহাৰত সংযত থাকক। ঘৰুৱাত সিমান বেয়া নহয় বিদ্যার্থীসকলে আজি ৰাতিপুৱা তুলসীৰ তলত পানী ঢালিব। দুখীয়াক দান কৰিব। শুভ বর্ণ গােলপীয়া।

কুম্ভ : উন্নত পৰিৱেশ। ঘৰুৱা মনােমত পৰিৱেশ আশা কৰিব পাৰে। সন্তানৰ সান্নিধ্যত উৎসাহিত। আপুনি আজি কলা ৰঙৰ পৰা বিৰত থাকক।

মীন : কিছুমান নতুন দায়িত্ব মূৰত পৰাৰ সম্ভাৱনা। আজি আপুনি যাত্রা কৰােতে মানিবেগত তিনিটা তুলসীৰ পাত ল’ব। ক্রীম ৰঙৰ কাপােৰ ব্যৱহাৰ কৰিব।

Exit mobile version