পুনৰ দৰং জিলা ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত অঘটন

আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী।

ADVERTISEMENT

উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল দখলকাৰীসকলে।

উচ্ছেদৰ বাবে যোৱা আৰক্ষী তথা প্ৰসাশনলৈ শিলাবর্ষণ কৰিছিল দখলকাৰীসকলে।

এগৰাকী মহিলা কনিষ্ঠৱলসহ আঠগৰাকী আৰক্ষী আঘাত প্ৰাপ্ত।

আঘাত প্ৰাপ্ত আৰক্ষী কনিষ্ঠৱলসকলক চিকিৎসালয়লৈ প্ৰেৰণ। আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ উপৰিও শূন্যলৈ গুলীচালনা।

Exit mobile version