গৰুখুঁটিৰ ঘটনাত প্ৰতিক্ৰিয়া বিজেপি নেতাৰ

কাৰ্যপালিকাই যদি ভুল কৰিছে, ন্যায়পালিকালৈ যোৱাৰ উপায় আছেঃ মমিনুল আৱাল

গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপি নেতা মমিনুল আৱালৰ ।

গৰুখুঁটিৰ মানুহক ভুল মেডিচিন খুৱাই আছে ।

তেওঁলোকে মেডিচিন বাছনি কৰাত গণ্ডগোল কৰিছে ।

মেডিচিন সলাব লাগিব তেওঁলোকে ।

কাৰ্যপালিকাই যদি ভুল কৰিছে তেন্তে ন্যায়পালিকালৈ যোৱাৰ উপায় আছে ।

Exit mobile version