আমেৰিকাত ছমাহ পূর্বে টিকাকৰণ কৰা ব্যক্তিয়ে লাভ কৰিব তৃতীয় পালি

115324754 gettyimages 1283824133

বিশ্বজুৰি কৰ’না প্ৰতিৰােধী বুষ্টাৰ প্রতিষেধক প্রদানক লৈ বিতর্ক অব্যাহত থকাৰ সময়তে আমেৰিকাত চৰকাৰে নাগৰিকক প্রতিষেধকৰ তৃতীয় পালি প্রদানৰ বাবে অনুমতি দিলে।

প্রকাশিত বাতৰি অনুসৰি, দেশখনত ৬৫ বছৰ ঊর্ধ্বৰ বয়সৰ আৰু চিকিৎসালয়ত নিয়ােজিত ৫৪-৬৫ বছৰ বয়সৰ লােকসকলক কৰনাৰ তৃতীয় পালি বুষ্টাৰ প্রতিষেধক প্ৰদান কৰা হ’ব।

আমেৰিকাৰ ফুড এণ্ড ড্রাগ বিভাগে ইয়াৰ বাবে অনুমতি প্রদান কৰিছে। সম্পূর্ণ টিকাকৰণ কৰােৱাৰ ছমাহ পাছত দেশখনৰ নাগৰিকসকলে কৰনাৰ বুষ্টাৰ প্রতিষেধক লাভ কৰিব।

Exit mobile version