বিশ্বৰ আটাইতকৈ জনপ্ৰিয় প্ৰভাৱ শালী যশষ্যী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীৰ ৭১ সংখ্যাক জন্মৰ লগত সংগতি সেৱাই সংগঠণ কাৰ্যক্ৰমৰ অংশ হিচাপে জনসংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক পৰম শ্ৰদ্ধাৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ১০৫ তম জন্মৰ স্মৃতি চাৰণ সভা ফকিৰাগ্ৰাম মণ্ডলৰ মুখ্য কাৰ্য্যলয় শক্তি আশ্ৰমত উৎযাপন কৰা হয়।
ADVERTISEMENT
উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে ফকিৰাগ্ৰাম মণ্ডলৰ সভাপতি মনোজ কুমাৰ ৰায়, সভাত উপস্থিত থাকে বিভিন্ন ভি চি ডি ছিৰ চেয়াৰমেন সকলৰ লগতে মণ্ডলৰ উপ সভাপতি গৌৰাঙ্গ চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক সুশান্ত সুত্ৰধৰ, মলয়া দেৱীৰ উপৰিও মণ্ডল সমিতিৰ বিষয় ববীয়া আৰু মৰ্চাৰ সভাপতি সম্পাদক সকলৰ লগতে কাৰ্য কৰ্তা সকল ।