দিনটোৰ ৰাশিফল

HoroscopeToday

মেষ : পুৰণি চেষ্টাৰ সুফল পাব, কর্মতৎপৰতা বেছি, পূব দিশত ভ্রমণ নকৰিব। ব্যয় বৃদ্ধি, নীলা শুভ ৰং।

বৃষ : বন্ধুৰ পৰা উৎসাহ পাব। কর্মক্ষেত্ৰত মাধ্যম, আকোঁৰগােজ মনােভাবে ক্ষতি কৰিব পাৰে; শনি মন্দিৰ দৰ্শন কৰক, শুভ ৰং মাখন।

মিথুন :জ্ঞানী বা সৎলােকৰ সান্নিধ্য লাভ কবিৰ। কর্মত মাধ্যম, নিবনুৱাৰ কর্মসংস্থাখনৰ যুগ। মূল্যৱান সম্পদ লাভ, শুভ ৰং ৰঙা।

কর্কট : পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব। ব্যৱসায়-বাণিজ্যত উন্নতি, শৰীৰৰ কিছু বিষ অনুভৱ হ’ব পাৰে; বিদ্যাত মাধ্যম, শুভ ৰং কমলা।

সিংহ : সন্মান বৃদ্ধি, কর্মস্থানত কিছু জটিলটা থাকিব পাৰে; আনৰ পৰা প্রশংসা পাব, ঘৰুৱা মাধ্যম। অর্থ লাভ, শুভ ৰং সেউজীয়া।

কন্যা : ৰাজনৈতিক আৰু সামাজিক; দূৰ ভ্ৰমণৰ যুগ,কর্মত উন্নত, পাৰিবাৰিক শান্তি, শিৱ মন্দিৰ দৰ্শন কৰক, শুভ ৰং কমলা।

তুলা : কর্মস্থানত উন্নতি, বন্ধুৰ পৰা উৎসাহ পাব, কার্যকৰি চিন্তা, খং নকৰিব, পূব দিশত ভ্রমণ নকৰিব। শুভ ৰং গেৰুৱা।

বৃশ্চিক : শত্রু বৃদ্ধি, যান-বাহন ক্রয় কৰিব পাৰিব, পানীৰ পৰা সাৱধান, কর্ম উন্নতি, শুভ ৰং মাখন।

ধনু : কার্যসিদ্ধি, সৎ আৰু গুণীলােকৰ সান্নিধ্যৰ পৰা উন্নতি লাভ, খৰচ বৃদ্ধি, মামলা-মােকাদৰ্মাৰ পৰা জয় লাভ, শুভ ৰং নীলা।

মকৰ : কার্যক্ষেত্ৰত সন্মান বৃদ্ধি, সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি, প্ৰেমত শুভ, পাৰিবাৰীক শান্তি, শুভ ৰং ক্রীম।

কুম্ভ : কর্মযােগ্যতা বৃদ্ধি, আপােনাৰ সৰলতাই আনে আঘাট কৰিব পাৰে সােণ ধাৰণ কৰক, খৰচ বৃদ্ধি, শুভ ৰং মাখন।

মীন :শুভ কাম পুৱাৰ ভাগত সম্পন্ন কৰিব, যানবাহনৰ পৰা কষ্ট হ’ব পাৰে ধৈর্য শান্তি, উদাৰতা প্রকাশ পাব, বিদ্যালত মাধ্যম, শুভ ৰং বগা।

Exit mobile version