- হাৰ্ট কেয়াৰ সন্দৰ্ভত সজাগতা সভা
- কৰ্ডিওভাস্কোলাৰ ডিজিছৰ কাৰকসমূহৰ অন্যতম হৈছে মানসিক চাপ
- ভাৰতত বছৰি মৃত্যু হোৱা লোকৰ ৫০%ই হৈছে হৃদৰোগৰ ফলত হোৱা মৃত্যু
- অসমৰ চহৰাঞ্চলৰ মুঠ জনসংখ্যাৰ ১০% আৰু গ্ৰামাঞ্চলৰ ৪% লোক হৃদৰোগত আক্ৰান্ত
- বয়সীয়াল লোকৰ তুলনাত সম্প্ৰতি কম বয়সৰ লোকৰ মাজত হাৰ্ট এটেক বৃদ্ধি পাইছে
- অস্বাস্থ্যকৰ খাদ্য, কার্যকলাপৰ অভাৱ, বদ অভ্যাস, মানসিক চাপ হৈছে হৃদৰোগৰ মুখ্য কাৰণ ।
Heart Care : হাৰ্ট কেয়াৰ ছচাইটি অৱ আছামৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব হৃদয় দিৱস উদযাপন
-
By publisher
- Categories: Assam, Health, India, News
- Tags: Guwahati Press Clubheart disease
Related Content
Ls Election Third Phase Poll Update: অসমত তিনি বজালৈকে ভোটদানৰ হাৰ ৬৩.০৮ শতাংশ
By
publisher
May 7, 2024
Cm HimantHimana Biswa Sarma:সপৰিয়ালে আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 7, 2024