এক অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

unnamed 1

এক অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।

উল্লেখযোগ্য যে কাজিৰঙা ৰেঞ্জ,কঁহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জত পৰ্যটকে কেৱল জিপ ছাফাৰিহে কৰিব পাৰিব ।

প্ৰথম অৱস্থাতত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন আংশিকৰূপত খোলা হ’ব বুলি পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন বিষয়াই প্ৰকাশ কৰিছে।

Exit mobile version