দিনটোৰ ৰাশিফল

HoroscopeToday 1

মেষ :কামত ব্যস্ততা বৃদ্ধি, শুভ কর্ম সম্পন্ন কৰিব পাৰিব, আশাবাদী| মন, শৰীৰ কিছু যত্ন লােৱাৰ প্রয়ােজন, শুভ ৰং মেৰুণ।

বৃষ : পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব, শত্ৰু পৰা সাৱধান, ব্যয় বৃদ্ধি কর্মস্থানত মাধ্যম। শুভ ৰং হালধীয়া।

মিথুন : কর্মস্থান মাধ্যম, গুৰুৰ কৃপা লাভ কৰিব। সততা ৰক্ষা পৰিব, বজৰংবলীক পূজা কৰক, বিদ্যা বুদ্ধিত শুভ। শুভ ৰং কমলা।

কর্কট : কর্মত উন্নতি, সামাজিক আৰু ধর্মীয় স্থিতি উন্নত, খৰচ বৃদ্ধি, শিৱ মন্দিৰ দৰ্শন। শুভ ৰং ৰঙা।

সিংহ : কর্মত সফল, নিবনুৱা কর্ম সংস্থাপনৰ যুগ। সন্মান বৃদ্ধি, ভ্ৰমণত শুভ। শুভ ৰং আকাশী, অর্থ লাভ।

কন্যা : শুভ সংবাদ পাব, যানবাহনৰ পৰা সাৱধান, বিদ্যাত শুভ, প্রেমত বুজাবুজি, কর্মত শুভ, শুভ ৰং হালধীয়া।

তুলা : নিজৰ স্থিতি অটুট থাকিব, বন্ধুৰ পৰা সাৱধান, বেলগছৰ তলত পানী দিয়ক, শুভ সংবাদ পাব, শুভ ৰং গােলপীয়া।

বৃশ্চিক: কর্মত মাধ্যম, খং কমাওক, বগা চন্দন দান কৰক। ব্যয় বৃদ্ধি, বিদ্যাত শুভ। শুভ ৰং বগা।

ধনু : সৎ লােকৰ সান্নিধ্য পৰা লাভাম্বিত হ’ব। খাদ্যত সাৱধান, ভ্রমণ শুভ। শুভ ৰং নীলা।

মকৰ: বিদ্যাত শুভ, ব্যৱসায় মাধ্যম, নতুন সংবাদে আনন্দিত কৰিব, প্ৰেমত কষ্ট, পাৰিবাৰীক শান্তি, শুভ ৰং কলা।

কুম্ভ :ব্যৱসয়ত উন্নতি, অর্থ লাভ, বিদ্যাত শুভ, ভ্ৰমণত সফল। শুভ ৰং মেৰুণ।

মীন : নিৰামিষ খাওক, বিদ্যা বুদ্ধিত শুভ, ভ্ৰমণত মাধ্যম, বন্য প্রাণীৰ পৰা সাৱধান হওক, শুভ ৰং গেৰুৱা।

Exit mobile version