● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২৩,৫২৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
● দৈনিক সংক্ৰমণৰ হাৰ ১.৫৬ শতাংশ ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৩৭,৩৯,৯৮০ জন ।
● ইতিমধ্যে ৪,৪৮,০৬২ লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৩১১ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ৫৬,৮৯,৫৬,৪৩৯ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● বিগত ২৪ ঘণ্টাত ১৫,০৬,২৫৪ জন লোকক ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ৮৮,৩৪,৭০,৫৭৮ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৬৫,৩৪,৩০৬ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।